বিশ্বৰ ভিতৰত ইংৰাজী ভাষাত সৰ্বাধিক শব্দ আছে ।
Question and Answer Solution
বিশ্বৰ ভিতৰত ইংৰাজী ভাষাত সৰ্বাধিক শব্দ আছে ।
ভাৰতৰ স্বায়ত্ত শাসন ব্য়ৱস্থা লৰ্ড ৰিপনৰ আমোলত প্ৰৱৰ্তন হয় ।
ইবন-বতুতা এগৰাকী মুছলমান পৰিব্ৰাজক আছিল ।
জ্য়ামিতিৰ পিতা ইউক্লিড আছিল ।