চেৰশ্বাহৰ আচল নাম কি ? Posted on 21/04/202121/04/2021 by Puspa Kakati চেৰশ্বাহৰ আচল নাম হৈছে ফৰিদ খাঁ ।
ইউৰোপীয়া বাল্মিকী কোন ? Posted on 21/04/202121/04/2021 by Puspa Kakati ইউৰোপীয়া বাল্মিকী হোমাৰ আছিল ।
সম্ৰাট অশোকৰ দীক্ষাগুৰু কোন আছিল ? Posted on 21/04/2021 by Puspa Kakati সম্ৰাট অশোকৰ দীক্ষাগুৰু উপগুপ্ত আছিল ।