ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্য়ান ছত্তিছগড়ত আছে ।
Question and Answer Solution
ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্য়ান ছত্তিছগড়ত আছে ।
ভাৰতবৰ্ষৰ সৰ্বোচ্চ বান্ধটোৰ নাম হৈছে ভাক্ৰা নাংগল বান্ধ ।
আইন-ই-আকবৰীৰ ৰচক আবুল ফজল আছিল ।
ভাৰতৰ শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফাৰ আছিল ।