গীৰ ৰাষ্ট্ৰীয় উদ্য়ান গুজৰাট ৰাজ্য়ৰ অধীনত ।
Question and Answer Solution
গীৰ ৰাষ্ট্ৰীয় উদ্য়ান গুজৰাট ৰাজ্য়ৰ অধীনত ।
জলাদাপাৰা বন্য়প্ৰাণী অভয়াৰণ্য় পশ্বিমবঙ্গত অৱস্থিত ।
ভাৰতৰ প্ৰথমখন ৰাষ্টীয় উদ্য়ানৰ নাম হৈছে কৰবেট্ ৰাষ্ট্ৰীয় উদ্য়ান ।
দাছিগাম ৰাষ্ট্ৰীয় উদ্য়ান জন্মু আৰু কাশ্মীৰ ৰাজ্য়ত আছে ।