মাটিকালিৰ ভিত্তিত ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য়খনৰ নাম হৈছে গোৱা ।
Question and Answer Solution
মাটিকালিৰ ভিত্তিত ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য়খনৰ নাম হৈছে গোৱা ।
ভাৰতৰ ঝৰখণ্ড ৰাজ্য় খনিজ পদাৰ্থত আটাইতকৈ চহকী ।
ভাৰতৰ ভিতৰত মধ্য়প্ৰদেশত ৰাজ্য়ত আটাইতকৈ বেছি মেংগানিজ উৎপাদন হয় ।
অসম ৰাজ্য়ৰ পুৰণি নাম হৈছে প্ৰাগজ্য়োতিষপুৰ বা কামৰূপ ।