ভাৰতৰ উচ্চতম মিনাৰ বা স্তম্ভ কুটুব মিনাৰক কোৱা হয় ।
Question and Answer Solution
ভাৰতৰ উচ্চতম মিনাৰ বা স্তম্ভ কুটুব মিনাৰক কোৱা হয় ।
ভাৰতৰ সকলোতকৈ দীঘল সুৰঙ্গ পথ হৈছে পাৰছিক সুৰঙ্গ, মুম্ব-কল্য়ান পথ ।
ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম হৈছে মাচিনৰাম আৰু মেঘালয় ।
আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোৰ নাম হাৈছে চাইবাগ বা ডগষ্টাৰ ।