ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি ? Posted on 22/04/2021 by Puspa Kakati ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি ।
ভাৰতৰ দীৰ্ঘতম নদীবান্ধটোৰ নাম কি ? Posted on 22/04/2021 by Puspa Kakati ভাৰতৰ দীৰ্ঘতম নদীবান্ধটোৰ নাম হৈছে হীৰাকুঁদ বান্ধ ।
নাটকৰ কোনটো ভাগত মানুহে অভিনয় নকৰে ? Posted on 22/04/202122/04/2021 by Puspa Kakati নাটকৰ পুতলা নাচ ভাগত মানুহে অভিনয় নকৰে ।