ভাৰতৰ কোন ৰাজ্য়ৰ লোকসভাৰ আসন আটাইতকৈ বেছি ? Posted on 22/04/2021 by Puspa Kakati ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্য়ৰ লোকসভাৰ আসন আটাইতকৈ বেছি ?
ৰাজ্য়সভাৰ সদস্য়সকলৰ কাৰ্যকাল কিমান দিন ? Posted on 22/04/202122/04/2021 by Puspa Kakati ৰাজ্য়সভাৰ সদস্য়সকলৰ কাৰ্যকাল ৬ বছৰ ।
বৰ্তমান লোকসভাৰ অধ্য়ক্ষ কোন ? Posted on 22/04/202122/04/2021 by Puspa Kakati বৰ্তমান লোকসভাৰ অধ্য়ক্ষ সুমিত্ৰা মহাজন ।