শিখসকলৰ শেষ গুৰু কোন ? Posted on 23/04/202123/04/2021 by Puspa Kakati শিখসকলৰ শেষ গুৰু হৈছে গুৰু গোবিন্দ সিংহ ।
ফৰাচী বিপ্লৱ কেতিয়া হৈছিল ? Posted on 23/04/202123/04/2021 by Puspa Kakati ফৰাচী বিপ্লৱ ইং ১৭৮৯ চনত হৈছিল ।
পৃথিৱীৰ কোন দেশৰ মানুহে প্ৰথমে কিতাপ ৰচনা কৰিছিল ? Posted on 23/04/2021 by Puspa Kakati পৃথিৱীৰ প্ৰচীন মিচৰৰ দেশৰ মানুহে প্ৰথমে কিতাপ ৰচনা কৰিছিল ।