দৃষ্টিহীন মানুহক লিখা-পঢ়া শিকোৱা লিপিৰ নাম হৈছে ব্ৰেইল লিপি ।
Question and Answer Solution
দৃষ্টিহীন মানুহক লিখা-পঢ়া শিকোৱা লিপিৰ নাম হৈছে ব্ৰেইল লিপি ।
‘চাকাৰ্চ’ লেটিন ভাষাৰ শব্দ ।
ভাৰতৰ দীৰ্ঘতম ৰেলৰ দলংখনৰ নাম হৈছে সোণ নদীৰ দলং ।
ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত স্বৰ্ম মন্দিৰ আছে ।