Month: April 2021

হেলেন কেলাৰ কোন ?

হেলেন কেলাৰ হৈছে নিজ কলা, বোবা আৰু অন্ধ হোৱা সত্ত্বেও নিজৰ প্ৰচেষ্টাৰ দ্বাৰা শিক্ষা লাভ কৰাৰ লগতে কিতাপ ৰচনা কৰি বিখ্য়াত হোৱা এগৰাকী মহিলা ।

ইউৰোপৰ কোন সম্ৰাটে কাৰ্চিল দ্বীপত জন্ম গ্ৰহন কৰি হেলেনা দ্বীপত মৃত্যুবৰণ কৰে ?

ইউৰোপৰ ফ্ৰাঞ্চৰ সম্ৰাটে নোপোলিয়ান কাৰ্চিল দ্বীপত জন্ম গ্ৰহন কৰি হেলেনা দ্বীপত মৃত্যুবৰণ কৰে ।