মধ্য়প্ৰদেশত অৱস্থিত বিখ্য়াত মন্দিৰটোৰ নাম খাজুৰাহো ।
Question and Answer Solution
মধ্য়প্ৰদেশত অৱস্থিত বিখ্য়াত মন্দিৰটোৰ নাম খাজুৰাহো ।
ছাহজাহানে তেওঁৰ মৰমৰ পত্নী মমতাজৰ স্মৃতি সৌধতোৰ নাম হৈছে তাজমহল ।
ক’লকতাত অৱস্থিত বিখ্য়াত কলা-বীথিকাৰটোৰ নাম হৈছে ভিক্তোৰিয়ান মেম’ৰিয়েল ।
মুম্বাই পোতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰাটোৰ নাম হৈছে ভাৰতৰ প্ৰৱেশদ্বাৰা মুম্বাই ।