লালকিল্লা বিখ্য়াত কীৰ্তিস্তম্ভৰ মুখ্য় প্ৰৱেশ পথটোৰ নাম ‘লহোৰ গেট’ ।
Question and Answer Solution
লালকিল্লা বিখ্য়াত কীৰ্তিস্তম্ভৰ মুখ্য় প্ৰৱেশ পথটোৰ নাম ‘লহোৰ গেট’ ।
ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্য়াত গুহাবোৰৰ নাম হৈছে ইলোৰা গুহা ।
মহাৰাষ্ট্ৰৰ অজন্তা গুহা ঠাই প্ৰাচীন গুহা ভস্কৰ্যৰ বাবে বিখ্য়াত ।
মধ্য়প্ৰদেশৰ সাঁচী ঠাই বৌদ্ধসকলৰ গৃহস্বৰূপ আৰু বৌদ্ধস্তুপৰ বাবেও বিখ্য়াত ।