মণিপুৰ ৰাজ্য়ই বিশ্ববাসীলৈ প’লো খেলৰ জন্ম দিয়াৰ কৃতিত্ব লাভ কৰে ।
Question and Answer Solution
মণিপুৰ ৰাজ্য়ই বিশ্ববাসীলৈ প’লো খেলৰ জন্ম দিয়াৰ কৃতিত্ব লাভ কৰে ।
ভাৰতৰ বুৰঞ্জীৰ গুপ্তযুগক সময়ছোৱাক সোণালী যুগ আখ্য়া দিয়া হয় ।
চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বজটোৰ নাম হৈছে কৰ্ণাটকৰ বিজাপুৰত থকা গোলা গম্বুজ ।
মুম্বাইৰ পৰা ১৫ মাইল নিলগত অৱস্থিত ১৮ শতিকাৰ বিখ্য়াত বৌদ্ধ গুহা মন্দিৰটোৰ নাম হৈছে এলিফেণ্ট গুহা ।