১৯২৭ চনত মুম্বাই আৰু কলিকতাত প্ৰথম বেচৰকাৰী অনাতাঁৰ কেন্দ্ৰ ইগুিয়ান ব্ৰড কাষ্টিং কৰপোৰেচন স্থাপন কৰা হয় । ১৯৩০ চনত চৰকাৰে এই কৰপোৰেচনটো গ্ৰহন কৰে । ১৯৩৯ চনত ইয়াৰ নাম সলনি কৰি অল ইগুিয়া ৰেডিঅ কৰা হয় । ১৯৫৭ চনত ইয়াৰ নাম হয় আকাশ বানী ।
Question and Answer Solution