ভাৰতৰ সৰ্বপ্ৰথমে টকাৰ প্ৰচলন চেৰচাহে কৰে ।
Question and Answer Solution
ভাৰতৰ সৰ্বপ্ৰথমে টকাৰ প্ৰচলন চেৰচাহে কৰে ।
বিশ্বৰ অন্য়তম মানৱ নিৰ্মিত আচৰিত বস্ত ভাৰতৰ তাজমহলটো মোগল সম্ৰাট চাহজাহানে তেওঁৰ সাম্ৰাজ্ঞী মমতাজ মহলৰ স্মৃতিত সজাইছিল ।
ঐতিহাসিক ‘ভাৰত ত্য়াগ আন্দোলন ‘ ইং ১৯৪২ চনত হৈছিল ।
ভাৰতত মুছলিম লীগৰ প্ৰতিষ্ঠাতা আছিল নাৱাব চজেলিম উল্লাহ খান ( ঢাকা) ।