১৯৫২ চনৰ ৩ফেব্ৰৱাৰীত মুম্বাইৰ ভিকৃৰিয়া টাৰমিনাছ পৰা কুৰলালৈ প্ৰথম চলে ।
Month: March 2021
ভাৰতৰ কত বিমান (এৰোপ্লেন) উৰাজাহাজ তৈয়াৰ কৰা হয় ?
কানপুৰ আৰু বাগালুৰত ।
ভাৰতৰ কোন ঠাইত ৰেলৰ দবা তৈয়াৰ কৰা কাৰাখানা আছে ?
কৰ্নাটক তামিলনাডু বাগাৰুৰ আৰু পেৰাম্বাদুৰত ।
ভাৰতৰ কোন কোন ঠাইত জাহাজ নিৰ্মান কৰা হয়?
কোচিন বিশাখাপট্তম আৰু পশ্চিমমবগত ।