৬২,৪৬২ কিলোমিটাৰ (৩১ মাৰ্চ ১৯৯৪) ।
Month: March 2021
ভাৰতৰ আটাইতকৈ চুটি ৰেল ষ্টচেনটোৰ নাম কি ?
উৰিষ্যাৰ ইব । (IB) ৰেল ষ্টেচন ।
ভাৰতৰ দীঘলতম ৰেলৰ প্ৰেটফৰ্ম কত আছে ?
খড়গপুৰ ষ্টেচনৰ প্লেটফৰ্ম । ইয়াৰ দৈৰ্ঘ্য ২,৭৩৩ ফুট ।
২০১১ চনৰ লোক পিয়ল মতে ভাৰতৰ মুঠ জনসংস্য়া কিমান ?
২০১১ চনৰ লোক পিয়ল মতে ভাৰতৰ মুঠ জনসংস্য়া হব ১২১,০১,৯৩,৪২২ গৰাকী । পুৰুষ ৬২,৩৭,২৪৮ জন । মহিলা ৫৮,৬৪৬৯,১৪৭ গৰাকী