কৰ্নাটক আৰু গোদাবৰী উপত্যকাত ।
Month: March 2021
ভাৰতৰ লো-তাীখা কাৰাখানা কত আছে ?
জামছেদপুৰত (টাটা আইৰন এগু ষ্টীল কোম্পানী ।
ভাৰতৰবৰ্ষ কোন ৰাজ্য়ত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি ?
ভাৰতবৰ্ষ কেৰেলা ৰাজ্য়ত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি ।
ভৰতৰ কেতিয়াৰ পৰা শীত তাপ নিয়ন্ত্ৰিত ৰেলৰ প্ৰচলন হয়?
১৯৫৬ চনৰ ২৪ অকৃবৰৰ পৰা । দিল্লী আৰু কৰিকতাৰ মাজত ।