ন্ম আমৈলতা বগা বাহক পটোল আৰু কন্টকৰী ।
Month: March 2021
পঞ্চতও্ব বা পঞ্চভূত কি?
ক্ষিতি অপ তেজ মৰৎ ব্যোম ।
ভাৰতৰ প্ৰাচীন সভ্যতাৰ সূচনা কেতিয়া হয় ?
খ্ৰীষ্ট পূৰ্ব ৩০০০-১৫০০০ বছৰৰ সিন্ধু নাৰ পাৰত প্ৰাচীন সভ্যতাৰ সূচনাৰ হৈছিল । খনন কাৰ্য চলাই মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাৰ নিদৰ্শন উদ্ধাৰ কৰা হয় ।
ভাৰতৰ কোন ঠাইত পঞ্চনদীৰ দেশ বোলা হয় ?সেই নদী কেইখন নাম কি?
পঞ্জাৱ । নদীকেইখন হল শতদ্ৰ বিপাশা ইৰাৱতী চন্দ্ৰভাগা বিতস্তা ।