ভাৰতবৰ্ষত সৰ্বপ্ৰথমে ইংৰাজী ১৯১৪ চনৰ ১৬ মে’ তাৰিখে মাদ্ৰাজত বেতাঁৰ প্ৰতিষ্ঠান স্থাপিত হয় ।
Month: March 2021
ডিজিটেল কম্পিউটাৰ ৰ প্ৰথম বিকাশ ঘটোৱা ব্যক্তিজন কোন আছিল?
এইচ এইচ. আইকেন ।
পঞ্চ সতীৰ নাম কি কি ?
অহল্যা দ্ৰৌপদী কুন্তী তাৰা মন্দোন্দৰী ।
সপ্ত সমুদ্ৰ কি কি ?
দধি ক্ষীৰ ইক্ষু লৱন সুৰা ঘৃত আৰু স্বাদুক ।