সাংখ্য দৰ্শন -মহৰ্ষি কপিল পতঞ্জলি বা যোগদৰ্শন – মহৰ্ষি পতঞ্জলি । ন্যায় দৰ্শন – মহৰ্ষি গৌতম । বৈশেষিক -মহৰ্ষি কনাদ । পৃৰ্ব মীমাংসা মহৰ্ষি জৈমিনি । উএৰ মীমাংসা বা বেদান্ত- মহৰ্ষি বেদব্যাস ।
Month: March 2021
কিছুমান কম্পিউটাৰ প্ৰায়ই ব্যৱস্থা হোৱা পাঞ্চড্কাৰ্ডৰ আৱিষ্কাৰজন কোন আছিল ?
হাৰ্মান হলাৰিথ ।
অশ্বমেধ আৰু ৰাজসূয় যজ্ঞ কি ?
বৈদিক যুগত ভাৰতীয় আৰ্যসকলে কৰা দুটা যঞ্জ ।
কম্পিউটাৰ কোনটো প্ৰগ্ৰামক আটাইতকৈ কম্পিউটাৰ প্ৰগ্ৰামৰ গুৰু বুলি কোৱা হয় ?
Ms Dos (microsoft disk operation system ) ।