কম্পিউটাৰ ইগুিকা শ্ৰীলিপি ৰামধেনু লিপ্ অফিচ ইত্যাদি ।
Month: March 2021
লেজাৰ প্ৰিন্টাৰ এটাট সাধাৰনতে প্ৰতি ইঞ্চিন কিমান (dots)মুদ্ৰন কৰিব পাৰি ?
৩০০টা
হাইব্ৰিড কম্পিউটাৰ কি ?
এনলগ আৰু ডিজিটেল দুয়োবিধ যন্ত্ৰৰ বৈশিষ্ট্য সমূহ একেলক কৰি সাজি উলিৱাৰ কম্পিউটাৰ ।
কিছুমান কম্পিউটাৰ প্ৰায়ই ব্যৱহাৰ হোৱা পাঞ্চড্কাৰ্ডৰ আৱিষ্কাৰজনক কোন আছিল ?
হাৰ্মান হৰাৰিথ ।