ৰুক্মাৱতী কি হাভেলি ।
Month: March 2021
ভাৰতীয় কথাছবিৰ প্ৰথম শব্দ সংযোগ কৰা আংশিক সবাক ছবি কি কি ?
বাসু চেটাৰ্জীৰ ৰজনীগন্ধা চীতচোৰ ।
ভাৰতৰ প্ৰথম প্ৰদৰ্শন কৰা চলচ্চিত্ৰ কোনখন ?
১৮৯৬ চনৰ ৭জুলাইত লুমিয়েৰ ভাতৃদ্বয়ে পোন প্ৰথমে বিদেশী নিৰ্বাক চলচ্চিত্ৰ এখন মুম্বাইত প্ৰদৰ্শন কৰে ।
আন্ত ৰাষ্ট্ৰীয় পুৰষ্কাৰ পোৱা প্ৰথম মহিলা শিল্পী কোন ?
নাৰ্গিছ দও তেওঁ ১৯৫৮ চনত মাদাৰ ইগুয়া ছবিৰ বাবে কাৰ্লভী ভেৰী বঁটা লাভ কৰে ।