নাৰ্গীছে শিশু শিল্পী হিচাপে বেবী নাজ নাম লৈ মাক জদ্দান বেগমে অভিনয় কৰা মেডাম ফ্যশ্যন নামৰ ছবিখনৰ অভিনয় কৰিছিল ।
Month: March 2021
দেৱদাস কথাছবিখনৰ হিন্দী সংস্কৰনৰ নাম ভূমিকাত কোনে অভিনয় কৰিছিল ?
অভিনেতা আৰু বিখ্যাত গায়ক কে চায়গলে । ১৯৩৫চন ।
প্ৰথেশ বৰুৱাৰ দেৱদাস ছবিখনৰ কোনে পাৰ্বতী ৰ ভূমিকাত হিন্দী আৰু বাংলা দুয়োটা ভাষাতে অভিনয় কৰিছিল ?
বৰুৱাৰ পত্নী যমুনা বৰুৱাই ।
প্ৰথম মহিলা সংগীত পৰিচালিকা কোন ?
সৰস্বতী দেৱী ।কথাখবি জৱানী কি হাওৱা ।