কোৱাছৰ্জী. এন দিবাছে, ইং ১৮৫৮ চনত মুম্বাইত প্ৰথমটোকাপোৰৰ কল স্থাপন কৰে ।
Month: March 2021
ৰজা বিক্ৰমাদিত্য় ৰাজসভাৰ নৱৰত্নকেইজনৰ নাম লিখা ?
ৰজা বিক্ৰমাদিত্য় ৰাজসভাৰ নৱৰত্ন কেইজনৰ নাম হ’ল বেতালভট্ট, কালিদাস বৰৰুচি, খপনক, শঙ্কু, ঘটকৰ্পূৰ, বৰাহমিহিৰ, অমৰসিংহ, ধন্বন্তৰী।
ভাৰতৰ পোনপ্ৰথমে দূৰদৰ্শন কেতিয়া আৰু ক’ত প্ৰদৰ্শন কৰা হয় ?
ভাৰতৰ পোনপ্ৰথমে দূৰদৰ্শন ১৯৫৯ চনৰ ১৫ ছেপ্টম্বৰত, দিল্লীৰ বাস্তি অঞ্চলত প্ৰদৰ্শন কৰা হয় ।
ভাৰতৰ আধুনিক হাস্পাতাল কেতিয়া আৰু কত প্ৰথমে স্থাপিত হৈছিল ?
ভাৰতৰ আধুনিক হাস্পাতাল ইং ১৯৬৮ চনত, মাদ্ৰাজৰ ফৰ্ট চেন্ট জৰ্জত প্ৰথমে স্থাপিত হৈছিল ।