১৯৩৪ চনত দেৱকী বসু পৰিচালিত সীতা নামৰ কথাছবিখনত ।
Month: March 2021
জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ মাক আৰু দেউতাকৰ নাম কি আছিল ?
জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ মাকৰ নাম ত্ৰি শলা আৰু দেউতাকৰ নাম সিদ্ধাৰ্থ আছিল ।
ভাৰতৰ প্ৰথম পূনদৈৰ্ঘ্য বহু ৰঙীন ছবি কোনখন ?
আন মেহবুব প্ৰডাকচন ।
চিটি লাইটছ নামৰ ইংৰাজী ছবিখনৰ কোনজন কৌতুক অভিনেতাই অভিনয় কৰিছিল ?
চাৰ্লি চেপালিন ।