সৌৰজগত বুলিলে আমি কি বুজিব পাৰোঁ ?

সূৰ্যৰ লগত পোনপটীয়াকৈ সম্পৰ্ক থকা গ্ৰহ উপগ্ৰহ আৰু নানা জ্যোতিষ্কক যি খন সৌৰ সংসাৰ গঢ়ি উঠিছে । তাৰ নামেই সৌৰজগত । সৌৰজগত মহাবিশ্বৰ এটা অংশ ।

বিজ্ঞান মানে কি ?

প্ৰাকৃতিক ঘটনাৱলী আৰু সেইবোৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সন্বন্ধে পৰীক্ষা আৰু পৰ্যবেক্ষনৰ মাধ্যমেৰে পোৱা সুশৃংখল জ্ঞানকেই বিজ্ঞান বুলি কোৱা হয় ।

ভাৰতৰ কেতিয়াৰ পৰা ৰেডিঅ ব্ৰড কাষ্টিং আৰম্ভ হয় ?

১৯২৭ চনত মুম্বাই আৰু কলিকতাত প্ৰথম বেচৰকাৰী অনাতাঁৰ কেন্দ্ৰ ইগুিয়ান ব্ৰড কাষ্টিং কৰপোৰেচন স্থাপন কৰা হয় । ১৯৩০ চনত চৰকাৰে এই কৰপোৰেচনটো গ্ৰহন কৰে । ১৯৩৯ চনত ইয়াৰ নাম সলনি কৰি অল ইগুিয়া ৰেডিঅ কৰা হয় । ১৯৫৭ চনত ইয়াৰ Read More …