হাতীপতি বা মিল্কিওৱে নামৰ আমাৰ নিকটতম জ্যোতিষ্ক মগুলীটোৰ এমূৰে থকা এটা মধ্যম আকাৰৰ নক্ষত্ৰ ।
Month: March 2021
কণিষ্ক কোন বংশৰ ৰজা আছিল ?
কণিষ্ক কুষাণ বংশৰ ৰজা আছিল ।
ভাৰতৰ কেতিয়াৰ পৰা ৰেডিঅ ব্ৰড কাষ্টিং আৰম্ভ হয় ?
১৯২৭ চনত মুম্বাই আৰু কলিকতাত প্ৰথম বেচকাৰী অনাতাঁৰ কেন্দ্ৰৰ ইগুিয়ান ব্ৰড কাষ্টিং কৰপোৰেচন স্থাপন কৰা হয় । ১৯৩০ চনত চৰকাৰে এই কৰপোৰেচনটো গ্ৰহন । ১৯৩৯ চনত ইয়াৰ নাম সলনি কৰি অল ইগুিয়া ৰেডিঅ কৰা হয় ।১৯৫৭ চনত ইয়াৰ নাম হয় Read More …
যজ্ঞসেন ক’ৰ ৰজা আছিল ?
যজ্ঞসেন বিদৰ্ভৰ ৰজা আছিল ।