গ্ৰহ ৯টা । বুধ, শুক্ৰ, বৃহস্পতি মংগল শনি পৃথিৱীৰ ইউৰেনাছ নেপচুন আৰু প্লুটো ।
Month: March 2021
কণিষ্ক ৰাজধানীৰ নাম কি ?
কণিষ্ক ৰাজধানীৰ নাম পুৰুষপুৰ ( বৰ্তমান পেছোৱাৰ ) আছিল ।
সূৰ্য ব্যাস কিমান ?
৮লাখ ৬৬হাজাৰ মাইল ।
নক্ষত্ৰ বুলিলে কি বুজা ?
মহাশূন্যত অৱস্থিত নিজা পোহৰতেই উজ্জলি থকা জ্যোতিষ্ক । ইহঁতৰ আকাৰ অতি বিশাল ।