প্ৰায় ৮০০ কোটি বছৰ ।
Month: March 2021
পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে ?
৮মিনিট ১৬চেকেগু ।
কোন গ্ৰহৰ কিমান উপগ্ৰহ আছে?
পৃথিৱীৰ ১টা চন্দ্ৰ মংগলৰ দুটা বৃহস্পতিৰ ১৪টা প্লুটোৰ ১টা বুধ আৰু শুক্ৰৰ উপগ্ৰহ নাই ।
উপগ্ৰহ বুলিলে কি বুজা ?
সূৰ্যৰ চাৰিওফালে যেনেকৈ গ্ৰহবোৰ ঘূৰে তেনেকৈ গ্ৰহৰ চাৰিওফালে যিবোৰ বস্ওপিগু ঘূৰে সেইবোৰকে উপগ্ৰহ বোলে ।