চেকেগুত ১৮৫ মাইল ।
Month: March 2021
চন্দ্ৰত জীৱ আছেনে ?যদি আছে কেনে ধৰনৰ জীৱ ?
চন্দ্ৰত কোনো ধৰনৰ জীৱ নাই । ইয়াত বতাহ নাই আবওৱা নাই ।ৰদ পৰা ঠাইত প্ৰচুৰ গৰম ৰদ নপৰা সময়ত প্ৰচগু চেঁচা । গতিকে তাত জীৱ থকাটো সম্ভৱ নহয় ।
আৰ্যভট্ট কোন ?
আৰ্যভট্ট এজন মহান গণিতজ্ঞ।
পৃথিৱীৰ ব্যাস কিমান ? আয়তন কিমান ?
পৃথিৱীৰ ব্যাস ৭,৯৭২ মাইল । আয়তন ১,৯৬,৫৫০ মাইল ।