সৰ্বপ্ৰথম কোন কেতিয়া চন্দ্ৰত অৱতৰন কৰিছিল ?

১৯৬৯ চনৰ ২০ জুলাইত ভাৰতীয় সময় মতে পুৱা ৮বাজি ২৬ মিনিটত আমেৰিকাত নীল আমষ্ট্ৰ প্ৰথম চন্দ্ৰৰ বুকুত ভৰি দিয়ে । তেওঁ ২ঘন্টা ৩মিনিট সময় চন্দ্ৰত কটায় ।

ধূমকেতুনো কি ?

গ্ৰহৰ দৰে সূৰ্যক প্ৰদক্ষিন কৰা এবিধ জ্যোতিষ্ক । ধূমকেতুৱে সূৰ্যৰ ওচৰত চাপিলে সূৰ্যৰ তাপত গেছৰ আয়তন বঢ়াৰ বাবে দুমুখীয়া নেজৰ সৃষ্টি কৰে । এফালে মূৰ এফালে নেজ । নেজ সদায় সূৰ্যৰ ওলোটাফালে থাকে ।