মহাকাশ গৱেষনাৰ কাৰনে পৃথিৱীৰ কক্ষপথত মহাকাশ কেন্দ্ৰ স্থাপন কৰা হয় । ইও এটা কৃত্ৰিম উপগ্ৰহই । ইয়ালৈ পৃথিৱীৰ পৰা যাত্ৰী অনা নিয়া কৰাৰ ব্যৱস্থা আছে ।
Month: March 2021
বিশ্বৰ সৰ্বপ্ৰথম কোনে মহাকাশলৈ ৰকেট উপক্ষেপন কৰিছিল ?
আমেৰিকাত ৰবাৰ্ট গডাৰ্ডৰ প্ৰচেষ্টাত ১৯২৬ চনৰ ১৬মাৰ্চত প্ৰথম মহাকাশলৈ ৰকেট পঠিওৱা হৈছিল ।
প্ৰথম মহিলা মহাকাশযাত্ৰী কোন আছিল ?
ৰাছিয়াৰ ভেলেন্টিনা তেৰেস্কোভা । ১৯৬৪ চনত ১৬জুনত তেওঁ মহাকাশ ভ্ৰমন কৰে ।
সম্ৰাট হৰ্ষবৰ্ধনে ৰচনা কৰা নাটক দুখন কি কি ?
সম্ৰাট হৰ্ষবৰ্ধনে ৰচনা কৰা কৰা নাটক দুখন ‘নাগানন্দ’ আৰু ‘ৰত্নাৱালী’ ।