হিউয়েন চাং আছিল হৰ্ষবৰ্ধনৰ শাসনকালত নালান্দা বিশ্ববিদ্য়ালয়ত অধ্য়য়ন কৰিবলৈ আহা চীনা পৰিব্ৰাজক ।
Month: March 2021
স্কাইলেব কোন দেশে প্ৰথম মহাকাশলৈ পঠিয়ায় ?
১৯৭৩ চনৰ ১৪ মেত মাৰ্কিন যুক্তৰাষ্ট্ৰই ।
কেতিয়া কোন দেশে প্ৰথম মহাকাশ প্লুটনিক যান প্ৰেৰন কৰিছিল ?মহাকাশ যুগ কেতিয়াৰ পৰা আৰম্ভ হয় ?
১৯৫৭ চনৰ অকোবৰত ৰাছিয়াৰ । তেতিয়াৰ পৰা বিশ্বত মহাকাশ যুগ আৰম্ভ হয় ।,,
হৰ্ষবৰ্ধনৰ শাসনকালত নালান্দা বিশ্ববিদ্য়াসয়ৰ কুলপতি কোন আছিল ?
হৰ্ষবৰ্ধনৰ শাসনকালত নালান্দা বিশ্ববিদ্য়ালয়ৰ কুলপতি শীলভদ্ৰ আছিল ।