স্পেচ শ্বাটল বিশেষ ধৰনৰ মহাকাশ যান যাক মহাকাশত উপক্ষেপন কৰাৰ পিছত আকৌ পৃথিৱীৰ ঘূৰাই আনিব পাৰি । প্ৰথম স্পেচ শ্বাটল্ৰ নাম আছিল কলম্বিয়া । ১৯৮১ চনৰ ১২ এপ্ৰিলত আমেৰিকাত উপক্ষেপন কৰে ।
Month: March 2021
আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?
আলেকজেণ্ডাৰে খ্ৰীঃ পূঃ ৩২৬/২৩৭ ভাৰতত আক্ৰমণ কৰিছিল ।
কোনে কেতিয়াৰ মংগল গ্ৰহলৈ যান পঠিয়াইঠিল ?
১৯৭১ চনৰ ৩০ মেৰ দিনা আমেৰিকাত মেৰিনাৰ -৮ নামৰ যান এখন মংগল গ্ৰহলৈ পঠিয়াইছিল ।
মুক্ত বেগ কি ?
যি বেগত গলে পৃথিৱীৰ মধ্যাকৰ্ষন শক্তিৰ আকৰ্ষন এৰাই যাব পাৰি তাকেই মুক্ত বেগ বা এছকেপ ভোলোচিটি বোলা হয় । মুক্ত বেগৰ মান ঘন্টাত ২৫০০০মাইল ।