প্ৰায় দুই লাখ বছৰৰ আগতে ।
Month: March 2021
লাইত ইয়াৰ কি ?
জ্যোতিৰ্বিজ্ঞানৰ এটা জোখ । পোহৰে এবছৰত গতি কৰিব পৰা দূৰত্ব । পোহৰ গতিবেগ ঘন্টাত ১,৮৬, ২৮২ মাইল ।
শ্ব মেকাৰ লেভী -৯(shoc Maker Levy-9 কি বস্ও ?
এটা ধূমকেতু । ১৯৯৪ চনত জুলাইৰ ২১-২৪ তাৰিখে ধূমকেতুটোৱে বৃহস্পতি গ্ৰহৰ মধ্যাকৰ্ষন শক্তিৰ লগত সংঘৰ্ষত আহিছিল আৰু ফলত ই ২২ টুকুৰা হৈ বিৰাট বিস্ফৰনৰ সৃষ্টি কৰিছিল ।
চেঙ্গিচখানে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?
চেঙ্গিখানে ইং ১২২১ চনত ভাৰত আক্ৰমণ কৰিছিল ।