মালিক কাফুৰ আলাউদ্দিন খিলাজীৰ দাক্ষিণাত্য় বিজয় অভিযানৰ প্ৰধান সেনাপতি আছিল ।
Month: March 2021
প্ৰথম কেতিয়াৰ মানৱ প্ৰজাতি হোমো চেপিয়েন জুই জ্বলাবলৈ আৰু অতি আদিম ধৰনৰ ভাষাৰ আদান প্ৰদান কৰিবলৈ শিকে ?
প্ৰায় দুই লাখ বছৰৰ আগতে ।
খিলিজী বংশৰ প্ৰতিষ্ঠাতা কোন ?
খিলিজী বংশৰ প্ৰতিষ্ঠাতা জালালুদ্দিন খিলাজী আছিল ।
এজন মানুহে পোহৰৰ গতিবেগত মহাকাশত ২৪ঘন্টা ভ্ৰমন কৰিলে পৃথিৱীৰ সেই সময়খিনিত কিমান সময় পাৰ হৈ যাব ?
১৮ বছৰ ।