প্ৰায় ১লাখ বছৰৰ আগতে ।
Month: March 2021
আধুনিক জগতত এখন সমাজৰ সমৃদ্বি সভ্যতাৰ কিহৰ ওপৰত নিৰ্ভৰশীল ।সমাজ পৰিৱৰ্তনৰ বাবে দুটা অনিবাৰ্য কাৰক কি ?
প্ৰযুক্তিৰ বিকাশ । যিকোনো সমাজৰ পৰিবৰ্তন মূল কাৰক বিজ্ঞান আৰু প্ৰযুক্তি ।
এতিয়ালৈকে আটাইটকৈ বেছি ব্যয় বহুল আৰু বৃহওম মহাকাশ যান কোনে উপক্ষেপন কৰিছে ?
মাৰ্কিন যুক্তৰাষ্ট্ৰ নাছা ১৫-১০-৯৭ চনত কেপ্কেনাভেৰাল কানাডা স্পেছ চেন্টাৰ পৰা ৫৬৭০কিঃ গ্ৰাঃ ওজনৰ তিনি মহলীয়া ঘৰ এটাৰ সমান মহাকাশযান এখন শনি গ্ৰহলৈ পঠিয়াইছে ।যানখনে ২০০৪চনত শনিৰ কক্ষপথত প্ৰৱেশ কৰিছে ।
টোঘলক বংশৰ প্ৰতিষ্ঠাতা কোন ?
টোঘলক বংশৰ প্ৰতিষ্ঠাতা গিয়াচুদ্দিন টোঘলক আছিল ।