হ্দদপিগুৰ সঞ্চালনৰ ফটো লোৱা যন্ত্ৰ । হ্দদপিগুৰ বেমাৰ চাবলৈ ব্য়ৱহাৰ কৰা হয় ।,,
Month: March 2021
আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থত কেতিয়াৰ আৰম্ভ হয় ?আধুনিক বিজ্ঞান বাটকটীয়া কোন ?
আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থ আৰম্ভ হয় সোতৰ শতিকাত মাজ ভাগৰ পৰা । অৰ্থাত আধুনিক বিজ্ঞান সূচনা গেলিলিও (১৫৬৪-১৬৪২) আৰু নিউটনৰ (১৬৪২-১৭২৭) আৱিষ্কাৰবোৰ সময়ৰ পৰা ।
গাইগাৰ কাউন্টাৰ কি ?
তেজষ্ক্ৰিয়তাৰ পৰিমান জোখা যন্ত্ৰ ।
এন্টিবায়এটি কছ কি ?
সম্পূৰ্ন বীজানু নিৰ্মূল কৰা এবিধ ঔষধ ।