মানুহৰ দেহৰ নষ্ট হৈ যোৱা বা অসুন্দাৰ দেখা তন্ও
Month: March 2021
ভাৰতৰ বুৰঞ্জীত কাক জ্ঞানীমুৰ্খ ৰজা বোলা হয় ?
ভাৰতৰ বুৰঞ্জিত মহম্মদ বিন টোঘলত জ্ঞানীমুৰ্খ ৰজা বোলা হয় ।
ভৰ আৰু ওজনৰ পাৰ্থক্য কি ?
এট বস্ওৰ আয়তন বা বস্ওটোত থকা উপাদান সমূহৰ পৰিমানে ওপৰত নিৰ্ভৰ কৰে । কিন্ও ওজনৰ পৃথিৱীৰ মধ্যাকৰ্ষন শক্তিৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে ।
পদাৰ্থ মানে কি ? তাপ শব্দ আৰু পোহৰ পদাৰ্থ নহয় কিয় ?
যাক অনুভৱ কৰিব পাৰি যাৰ ভৰ ওজন আৰু ব্যাপ্তি আছে । তাকেই পদাৰ্থ বোলা হয় । তাপ শব্দ আৰু পোহৰৰ ভৰ আৰু আয়তন নাই বাবে ই পদাৰ্থ হব নোৱাৰে ।