বাদুলিয়ে উৰিলে আল্ট্ৰাছনিক তৰংগ শব্দ উপন্ন হয় । এই শব্দই সন্মুখত থকা বাধাৰ প্ৰতিধ্বনি তোলে । তেতিয়া ই সেই বাধা এৰি আগুৱাই যাব পাৰে ।
Month: March 2021
টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?
টাইমিমনমুৰে ইং ১৩৯৮ চনত ভাৰত আক্ৰমণ কৰিছিল ।
মহম্মদ বিন টোঘলকৰ সমকালীন দুজন ঐতিহাসিকৰ নাম কোৱা ?
মহম্মদ িন টোঘলকৰ সমকানীন দুজন ঐতিহাসিকৰ নাম হল বাৰ্ণী আৰু ইবনৰ -ব-তুতা ।
প্ৰতিফলন আৰু প্ৰতিসৰন কি ?
প্ৰতিফলন একে মাধ্যমত পোহৰ প্ৰতিফলিত হয় । কিন্ও প্ৰতিসৰন পোহৰ আন এটা মাধ্যমলৈ সঞ্চাৰিত হয় ।