আকাশৰ যি উচ্চতাৰ পৰা মাটি আৰু সাগৰৰ গভীৰতা পৰ্যন্ত জীৱই বাস কৰিব পাৰে তাকেই বায়োষ্ফিয়াৰ বুলি কোৱা হয় ।
Month: March 2021
এমফিবিয়া কি ?
ৰাজহাড় থকা জীৱ যিয়ে মাটি -পানী দুয়ো ঠাইতে সমানে চলাচল কৰিব পাৰে । যেনে – ভেকুলী ।
বাবৰৰ মাকৰ নাম কি ?
বাবৰৰ মাকৰ নাম আছিল কুলচুম নিগাৰ খানাম ।
কি গেছে প্ৰায়ই বায়ু প্ৰদূষিত কৰে ?
কাৰ্বন মন অক্সাইডে ।