পানী পথাৰ প্ৰথম যুদ্ধ ইং ১৫২৬ চনত হৈছিল আৰু বাবৰ আৰু ইব্ৰাহিম লোডৰ মাজত বৈছিল ।
Month: March 2021
বৰ্তমান ১বছৰৰ কিমান দিন ঘন্টাৰ চেকেগু ?
৩৬৫ দিন ঘন্টা ৪৬ চেকেগু ।
কোনে কেকিয়াৰ প্ৰথম বছৰটোক ৩৬৫ দিনত ভাগ কৰি বৰ্তমান কেলেগুাৰৰ জন্ম দিয়ে ?
১৫৮২ চনত পোপ গ্ৰেগৰীয়ে । ইয়াৰ আগতে খ্ৰীঃ ২০০০ চনৰো আগৰে পৰা বেবিলনৰ জ্যোতিৰ্বিদ সকলে বছৰটো ৩৬০ দিনত ভাগ কৰি ১২ ত্ৰিশ দিনীয়া মাহ কৰিছিল ।
জীৱৰ চাৰিটা মৌলিক পদাৰ্থ কি ?
কাৰ্বন অক্সিজেন নাইট্ৰজেন আৰু হাইড্ৰজেন ।