নকিয়া মটৰোলা ছানিও ছিয়েমেন এৰিকছন পিছন ইত্যাদি ।
Month: March 2021
আকাশ বুলিলে কি বুজাৰ যায় ?
আকাশ হল সীমাহীন মহাশূন্য । এই সীমাহীন শূন্যতাৰ মাজেৰে ঘূৰি ফুৰিছে অসংখ্য জ্যোতিষ্ক ।
পৃথিৱীৰ স্থল ভাগৰ আয়তন কিমান ?
৯কোটি ৩৭লাখ ৪২ হাজাৰ বৰ্গ কিলোমিটাৰ ।
আবহাৱা কাক বোলে ?
কোনো নিৰ্দিষ্ট এটা দিনৰ তাপমাত্ৰা বায়ুৰ চাপ বৰষুনৰ মাত্ৰা বায়ুৰ আৰ্দ্ৰতা সূৰ্যৰ পোহৰৰ উজ্জলতা বা মেঘাচ্ছন্নতা ইত্যাদি অৱস্থাক আবহাৱা বোলা হয় ।