জাহাঙ্গীৰৰ মাকৰ নাম আছিল মৰিয়ম উজ-জামানী (যোধাবাই )।
Question and Answer Solution
জাহাঙ্গীৰৰ মাকৰ নাম আছিল মৰিয়ম উজ-জামানী (যোধাবাই )।
জাহাঙ্গীৰৰ ল’ৰাকালৰ নাম আছিল চেলিম ।
আকবৰৰ পিছত জাহাঙ্গীৰ দিল্লীৰ মোগল সিংহাসনত উঠে ।
‘ আকবৰনামনামা’ আৰু ‘আইন-ই-আকবৰী’ আবুল ফজলে ৰচনা কৰিছিল ।