জাহাঙ্গীৰৰ পিছত চাহজাহানে মোগল সিংহাসনত আৰোহণ কৰে ।
Question and Answer Solution
জাহাঙ্গীৰৰ পিছত চাহজাহানে মোগল সিংহাসনত আৰোহণ কৰে ।
জাহাঙ্গীৰৰ শাসনকালত ভীৰতলৈ আহা ইংৰাজ ৰাজদূত দুজনৰ নাম হ’ল উলিয়াম হাকিঞ্চি আৰু চাৰ টামাচ ৰো ।
জাহাঙ্গীৰ সাম্ৰজ্ঞীৰ নাম নুৰজাহান আছিল ।
যৌৱানকাৈলত চেলিম প্ৰেমত পৰা ছোৱালীজনীৰ নাম আছিল আনাৰকালি ।