ঔৰাংগজেৱে অজম বিজয়ৰ কাৰণে পঠোৱা চুবেদাৰ দুজনৰ নাম হ’ল মিৰজুমলা আৰু চায়েস্তা খাঁ ।
Question and Answer Solution
ঔৰাংগজেৱে অজম বিজয়ৰ কাৰণে পঠোৱা চুবেদাৰ দুজনৰ নাম হ’ল মিৰজুমলা আৰু চায়েস্তা খাঁ ।
সম্ৰাট চাহজাহানৰ পুতেক চাৰিটা দাৰা চিকোহ , চুজা , ঔৰংগজেৱ আৰু মুৰাদ ।
জাহানাৰা আৰু ৰৌচনাৰ সম্ৰাট চাহজাহান মোগল সম্ৰাটৰ জীয়েক আছিল ।
চাহজাহানৰ ল’ৰাকালৰ নাম খুৰৰুম আছিল ।