মোগল যুগত পাৰ্চী ভাষালৈ অনুবাদ কৰা হিন্দুসকলৰ দৰ্মগন্থ দুখৱনৰ নাম হ’ল ৰামায়ন আৰু অৰ্থবেদ ।
Month: March 2021
তুলসী দাস আৰু সৰদাস কোন যুগৰ হিন্দী ভক্ত কবি ?
তুলসী দাস আৰু সৰদাস মোগল যোগৰ হিন্দী ভক্ত কবি আছিল ।
শিৱাজীৰ জন্ম কেতিয়া হৈছিল ?
শিৱাজীৰ জন্ম ইং ১৬২৭ চনৰ ২০ এপ্ৰিল তাৰিখে হৈছিল ।
চাহজাহানৰ পিছত কোনে মোগল সিংহাসনত আৰোহণ কৰে ?
চাহজাহানৰ পিছত ঔৰংগজেৱে মোগল সিংহাসনত আৰোহণ কৰে ।