ইং ১৮৫৭ চনৰ ক্ৰান্তি বেৰেকপুৰৰ সৈনিক শিৱিৰৰ পৰা আৰম্ভ হৈছিল ।
Question and Answer Solution
ইং ১৮৫৭ চনৰ ক্ৰান্তি বেৰেকপুৰৰ সৈনিক শিৱিৰৰ পৰা আৰম্ভ হৈছিল ।
ভাৰতবৰ্ষত ৰে’ল- সেৱা আৰু ডাক-সেৱা লৰ্ড ডেলহাউচিৰ শাসনকালত প্ৰৱৰ্তিত হয় ।
বৰ্তমান ভাৰতীয় শিক্ষা পদ্ধতি লৰ্ড ডেলহাউচিৰ অৱদান ।
ভৰতীয় হিন্দুসকলৰ সতীবাদ প্ৰথা লৰ্ড উইলিয়াম বেন্টঙ্কে বন্ধ কৰে ।